নলবাৰীত ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদ

 08/03/2019 - 17:00

নলবাৰীঃ শ্ৰেণী কোঠা এৰি পাঠদানৰ বিপৰীতে প্ৰতিবাদত নামিল শিক্ষক। ২০১০ চনত চৰকাৰে হাইস্কুলসমূহত নিয়ুক্তি দিয়া ঠিকাভিত্তিক শিক্ষকে নিজৰ প্ৰাপ্যৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰীৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।