বৰপেটাৰ বাঘমাৰা চৰ গাঁৱত শিশুৰ সলিল সমাধি

 08/03/2019 - 20:44

নগৰবেৰাঃ বৰপেটা জিলাৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বাঘমাৰা চৰ গাঁৱত সংঘটিত হয় এক শোকাৱহ ঘটনা। গাঁওখনৰ কলিমুদ্দিনৰ ২ পুত্ৰ সন্তান জান্নাতুল পানীত পৰি মৃত্যু হয়। খেলি থকা অৱস্থাত হঠাৎ শিশুটি ঘৰৰ ওচৰৰ বিলত পৰি মৃত্যু হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।