সৰ্থেবাৰীত জেএমবিৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

 08/04/2019 - 13:44

বৰপেটাঃ সৰ্থেবাৰীৰ চতলাৰ পৰা জেএমবিৰ সন্দেহত এজনক গ্ৰেপ্তাৰ কৰে। বৰপেটা জিলা আৰক্ষীয়ে আটক কৰে যুৱকজনক। ধৃত যুৱকজন মুস্তাফিজুৰ ৰহমান (২৮) বুলি জানিব পৰা গৈছে। অসমত জেহাদীৰ কাৰ্যকলাপ চলাইছিল চতলাৰ ছাহনুৰ আলমে। ছাহনুৰ আলমক বৰ্তমান জে'ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। মুস্তাফিজুৰ ৰহমানক গ্ৰেপ্তাৰৰ পিছত পুনৰ চৰ্চাত চতলা গাঁও।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।