দুলীয়াজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ

 08/04/2019 - 13:57

দুলীয়াজানঃ দুলীয়াজান টিপলিং শ্মশান ঘাটৰ সমীপৰ পুৰণা ঘাটৰ পৰা শনিবাৰে সন্ধিয়া উদ্ধাৰ হয় এজন অচিনাক্ত যুৱকৰ উৱলি যোৱা মৃতদেহ। নীলা জিনচ আৰু বগা চাৰ্ট পৰিহিত যুৱকজনৰ মৃতদেহটো দুলীয়াজান আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।