পুনৰ বিতৰ্কত ব্যৱসায়ী ৰাজেশ হিম্মতসিংকা

 08/04/2019 - 15:16

ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত ব্যৱসায়ী ৰাজেশ হিম্মতসিংকা। ব্যৱসায়ীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬ ধাৰাৰ অধীনত ২১১৯/১৯ নং গোচৰ ৰুজু কৰা হৈছে। হিম্মতসিংকাৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। অনুসূচিত জাতি কল্যাণ বিভাগৰ সঞ্চালক দেৱ কুমাৰ কলিতাই দিছপুৰ থানাত ৰুজু কৰিছে গোচৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।