মৰিয়নীত জাপানীজ এনকেফেলাইটিছত ছাত্ৰৰ মৃত্যু

 08/04/2019 - 15:56

মৰিয়নীঃ মৰিয়নীত জাপানীজ এনকেফেলাইটিছৰ সংহাৰি ৰূপ। হাঁহচৰাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ছাত্ৰৰ মৃত্যু। হাঁহচৰা চেতিয়া গাঁও ফুকন চুকৰ প্ৰণৱ গগৈৰ অষ্টতম শ্ৰেণীত হাঁহ চৰা উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত পুত্ৰ বিক্ৰম জ্যোতি গগৈ যোৱা নিশা যোৰহাট মিছন চিকিৎসালয়ত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।