নগাঁৱৰ কিশোৰী ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ

 08/04/2019 - 16:18

কামপুৰঃ নগাঁৱৰ কঠিয়াতলী গৰুবন্ধা মিকিৰ গাঁৱত কিশোৰীক ধৰ্ষণ কৰা এক ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘন কুৰ্মী নামৰ পাষণ্ডটোক৷ কিশোৰীগৰাকী বৰ্তমান নগাঁৱৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এই কাৰ্য সংঘটিত কৰিছিল পাষণ্ডটোৱে৷ শুকুৰবাৰে সংঘটিত হৈছিল উক্ত ঘটনাটো৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।