আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত লাভলিনা বৰগোহাঁইৰ স্বৰ্ণ পদক লাভ

 08/04/2019 - 18:12

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ কাছপিস্কত অনুষ্ঠিত হোৱা মাগোথেড ছালাম উমাগান’ভ সোঁৱৰণী আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত অসম কন্যা লাভলিনা বৰগোহাঁয়ে লাভ কৰিলে স্বৰ্ণ পদক। ৬৯ কেজি শাখাৰ ফাইনেলত ৩-২ পইণ্টৰ ব্যৱধানত ইটালীৰ শক্তিশালী প্ৰতিদ্বন্দ্বী আছুণ্টা কনফোৰাক পৰাস্ত কৰি লাভ কৰে স্বৰ্ণ পদক। অসম কন্যাৰ এই এই সাফল্যত অভিনন্দন জ্ঞাপন কৰিছে অসম বক্সিং সন্থাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।