গোলাঘাটত গ্ৰেনেড উদ্ধাৰ

 08/04/2019 - 20:08

দেৰগাঁওঃ গোলাঘাট জিলাৰ ৩৯ নং ঘাইপথৰ ৰঙাজান অঞ্চলৰ সমীপৰ সঞ্জীৱ চাহ ফেক্টৰীৰ চৌহদত এটা পৰিত্যক্ত গ্ৰেনেড উদ্ধাৰ হয়। কোনো দুৰ্বৃত্তই চৌহদত দলিয়াই থৈ যোৱা বুলি চাহ ফেক্টৰীৰ স্বত্বাধিকাৰ সঞ্জীৱ গগৈয়ে জানিবলৈ দিয়ে। বৰ্তমান গোলাঘাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুংসূত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।