সামৰণি পৰিল ১৭ বছৰ অনুৰ্দ্ধৰ ছোৱালী ফুটবল প্ৰতিযোগিতা

 08/04/2019 - 21:27

ডিজিটেল ডেস্কঃ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে আয়োজন কৰা ১৭ বছৰ অনুৰ্দ্ধৰ দ্বিতীয় নৃপেন নাৰায়ণ সিংহ সোঁৱৰণী আন্তঃজিলা বিদ্যালয় ছোৱালী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে ACS ৰচনা সঞ্চালক ধৰ্মান্তৰিত মিলি, বিধায়িকা আঙুৰলতা ডেকা, অভিনেতা ৰবি শৰ্মা, অমৃতা গগৈয়কে ধৰি বহু বিশিষ্ট ব্যক্তি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।