আজি অন্তিমখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ সম্ভাৱনা কংগ্ৰেছৰ

 03/29/2019 - 15:16

ডিজিটেল ডেস্ক: আজি কংগ্ৰেছে ঘোষণা কৰাৰ সম্ভাৱনা আছে লোকসভা নিৰ্বাচনৰ অন্তিমখন প্ৰাৰ্থী তালিকা। এই তালিকাত গুৱাহাটীত ববিতা শৰ্মা,কোকৰাঝাৰত শব্দ ৰাভা,বৰপেটাত আব্দুল খালেক আৰু ধুবুৰীত আবু তাহেৰ বেপাৰীয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ সম্ভাৱনা আছে।

বিয়লি আনুষ্ঠানিকভাবে দিল্লীত কংগ্ৰেছৰ নিৰ্বাচনী সমিতিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।