দুৰ্ঘটনাত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ দাবী এআইইউডিএফৰ প্ৰাক্তন বিধায়কৰ

 08/05/2019 - 15:12

কলগাছিয়াঃ দেওবাৰে নিশা এন আৰ চিৰ হিয়াৰিঙত যোৱাৰ সময়ত বাছ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে এআইইউডিএফ দলৰ জনীয়াৰ প্ৰাক্তন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।