পুনৰ অশান্ত জম্মু–কাশ্মীৰ

 08/05/2019 - 16:10

ডিজিটেল ডেস্কঃ পুনৰ অশান্ত হৈ পৰিছে জম্মু–কাশ্মীৰ৷ গৃহবন্দী কৰা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুলা, মেহবুবা মুফটিকে ধৰি কেইবাজনো শীৰ্ষ নেতাক। মাজনিশাৰ পৰা কাশ্মীৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা। কূটাঘাট সংঘটিত কৰাৰ আশংকা কৰি ৰাজ্যখনত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।