ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং মাছমৰীয়া আটক

 08/05/2019 - 17:29

দলগাঁওঃ দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং মাছমৰীয়া আটক। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত অবৈধভাবে প্ৰবেশ কৰি মাছ মাৰি থকা অৱস্থাতে বন কৰ্মীৰ হাতত ধৰা পৰে আমিৰ আলি নামৰ মাছমৰীয়াজন। আমিৰ আলীৰ ঘৰ বগৰীবাৰী গাঁৱত। দীৰ্ঘদিন ধৰি চোৰাংভাবে মাছ মাৰি আছিল আমিৰ আলীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।