মেৰাপানীত পিষ্টলসহ এজনক আটক

 08/06/2019 - 14:10

গোলাঘাটঃ গোলাঘাট আৰক্ষীয়ে সোমবাৰে অভিযান চলাই অসম নগালেণ্ড সীমান্তৰ মেৰাপানীৰ জিতপুৰৰ পৰা দুটা পিষ্টলসহ গ্ৰেপ্তাৰ কৰে দ্বীপেন বড়োক। পিষ্টল বিক্ৰী কৰিবলৈ আনোতেই গোলাঘাট আৰু মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দ্বীপেন বড়ো নামৰ দুৰ্বৃত্তটোক। হেমন্ত হাজৰিকা নামৰ আন এটা দুৰ্বৃত্ত বৰ্তমানেও পলাতক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।