নলবাৰীত ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদ

 08/07/2019 - 16:19

নলবাৰীঃ শ্ৰেণী কোঠা এৰি পাঠদানৰ বিপৰীতে আজি পুনৰ প্ৰতিবাদত নামিল শিক্ষক। ২০১০ চনত চৰকাৰে হাইস্কুলসমূহত নিয়ুক্তি দিয়া এইসকল ঠিকাভিত্তিক শিক্ষকে নিজৰ প্ৰাপ্যৰ লগতে চাকৰি নিয়মীয়া কৰণৰ দাবীত নামিল প্ৰতিবাদত। নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে এইসকল শিক্ষকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।