এপিএছচিৰ উত্তৰ বহী লৈ আদালতত ডিব্ৰুগড় আৰক্ষী

 08/07/2019 - 18:06

ডিজিটেল ডেস্কঃ দুই বাকচ এপিএছচিৰ উত্তৰ বহী লৈ বুধবাৰে আদালতত হাজিৰ ডিব্ৰুগড় আৰক্ষী। এপিএছচিৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেচৰো উপস্থিত আদালতত।

১৬ আগষ্টত সম্পূৰ্ণ আৰু চূড়ান্ত প্ৰতিবেদন দাখিল প্ৰায় নিশ্চিত। ২০১৩ চনত এই উত্তৰ বহীসমূহ ফৰেঞ্চিক পৰীক্ষণ সম্পন্ন হৈছিল। অচিৰে বাকী উত্তৰ বহীও জমা দিব ডিব্ৰুগড় আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।