08/13/2019 - 18:34
in
গোৰেশ্বৰঃ গোৰেশ্বৰত এটাৰ পাছত এটাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাস গৃহ উদ্বোধন৷ গোৰেশ্বৰ পৌৰসভাৰ অধীনত নিৰ্মিত আৱাস গৃহটি মুকলি কৰে BTC ৰ ইএম মহেশ্বৰ বসুমতাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে গোৰেশ্বৰ ৰাজহ চক্ৰৰ বিষয়া অলকানন্দ মেধী৷ গোৰেশ্বৰ পৌৰসভাৰ এনে প্ৰচেষ্টাক শলাগ লৈছে হিতাধিকাৰীসকলে৷ শীঘ্ৰে গোৰেশ্বৰ পৌৰসভা এলেকাত ৭০০ আৱাস গৃহৰ হিতাধিকাৰীৰ বাবে মুকলি কৰিব৷