08/14/2019 - 14:41
in
নাৰায়নপুৰঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে নাৰায়নপুৰ মাধৱদেৱ বিশ্ববিদ্যালয় তিনি আলি ব্যৱসায় সন্থাই আজি অঞ্চলটোৰ পৰিবেশ নিকা কৰা উদ্দেশ্যে এক চাফাই অভিযান আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ প্ৰতি লক্ষ্য ৰাখিয়েই ব্যৱসায় সন্থাটোৱে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।