08/15/2019 - 14:29
in
পূৱ-বৰপেটাঃ বৰপেটা জিলাৰ চেঙা মুছলমান গাঁৱৰ পূৱ প্ৰান্তৰ চেঙা কিষান পেট্ৰ'ল পাম্পৰ ওচৰত অৱস্থিত চাকচেচ কোচিং চেণ্টাৰত ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়।
সৃষ্টি ফাউণ্ডেছনৰ সদস্যসকলৰ উদ্যোগত হেণ্ডলুম এণ্ড টেক্সটাইলৰ ডিপাৰ্টমেণ্টৰ যুটীয়া সঞ্চালক মনোজ বৰুৱাই স্থানীয় অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিনটোৰ হকে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি সাৰুৱা ভাষণ প্ৰদান কৰাৰ লগতে অনুষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰে।