পাঠশালাত স্বাধীনতা দিৱস উদযাপন

 08/15/2019 - 14:56

বজালীঃ বজালী মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উদযাপন কৰা হয় স্বাধীনতা দিৱস। পতাকা উত্তোলন কৰে বজালী মহকুমাধিপতি বিজয় ভাস্কৰ ৰেড্ডীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।