08/15/2019 - 17:16
in
ওদালগুৰিঃ ওদালগুৰিত ৭৩ সংখ্যক স্বাধীনতা দিৱসত ওলোটাকৈ উৰিল ৰাষ্ট্ৰীয় পতাকা। ঘটনাৰ পিছতে তৎপৰ জিলা প্ৰশাসন। দায়িত্বত থকা ২ আৰক্ষী জোৱানক নিলম্বনৰ নিৰ্দেশ। ABSI সুবোধ মিশ্ৰৰ লগতে আন এজন কনিষ্টবলক নিলম্বনৰ নিৰ্দেশ। জিলা আৰক্ষী অধীক্ষকে দিলে এই নিৰ্দেশ।