অনাথ আশ্ৰমত ফেচবুক মহিলা গ্ৰুপৰ প্ৰীতি ভোজ

 08/15/2019 - 20:22

নলবাৰীঃ ফেচবুক মহিলা গ্ৰুপে নলবাৰীৰ 'সাৰথি' অনাথ আশ্ৰমত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন উপলক্ষে প্ৰীতি ভোজৰ আয়োজন কৰে। ফেচবুক মহিলা গোটৰ কৰ্মকৰ্তাসকলে নলবাৰী চহৰৰ একাংশ শিশুক দেশপ্ৰেম তথা স্বাধীনতা দিৱসৰ তাৎপৰ্য্য সম্পৰ্কে আভাষ দিয়ে। অনুষ্ঠানত মুঠ ২২ গৰাকী শিশুৱে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.