08/16/2019 - 13:03
in
লংকাঃ বৃহস্পতিবাৰে দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই জাতীয় পতাকাক অপমান লংকা ষ্টেট বেংক কৰ্তৃপক্ষৰ। লংকা চহৰৰ মাজমজিয়াস্থিত ভাৰতীয় ষ্টেট বেংকৰ লংকা শাখাৰ সম্মূখত নিশা ৭.৩০ বজালৈকে উৰি আছিল জাতীয় পতাকাখন।
বেংক কৰ্তৃপক্ষৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এনে নীাতি উলংঘনৰ দৰে কাৰ্য সংঘটিত হৈছে। চহৰখনৰ মাজমজিয়াত সংঘটিত এই কাণ্ডই সাধাৰণ ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ |