08/17/2019 - 14:49
in
নলবাৰীঃ শনিবাৰে নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ অৱস্থান ধৰ্মঘট। এন আৰ চিত প্ৰকৃত ভাৰতীয়ৰ নাম কৰ্তন কৰি বিদেশী লোকৰ নাম অন্তৰ্ভুক্ত কৰা বুলি অভিযোগ তুলি সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে উপায়ুক্ত কাৰ্যালয়ত।
তেওঁলোকে ৰাজ্যৰ ১৪ খন জিলাত মাত্ৰ সাত শতাংশ অবৈধ বিদেশীৰ নাম কৰ্তন হোৱাত আক্ষেপ প্ৰকাশ কৰে আৰু লগতে ১৪শতাংশ প্ৰকৃত থলুৱা লোকৰ নাম কৰ্তন যোৱাত ক্ষোভ প্ৰকাশ কৰে।