ভূপেন হাজৰিকাৰ ভাৰত ৰত্নৰ সন্দৰ্ভত এজাহাৰ

 08/17/2019 - 15:31

মিৰ্জাঃ ভূপেন হাজৰিকাৰ ভাৰতৰত্ন সন্দৰ্ভত মহানগৰীৰ আজাৰা থানাত এজাহাৰ দাখিল কৰিলে এগৰাকী অধিবক্তাই। উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰিয়াংকু প্ৰতীম পৰাশৰে দাখিল কৰিলে এই এজাহাৰ খন।

সুধাকণ্ঠৰ ভাৰত ৰত্ন বৰ্তমান ক’ত আছে তাৰ সন্ধান নাই বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অধিবক্তা জনে ভাৰত ৰত্নৰ সন্ধান বিছাৰিয়ে দাখিল কৰিলে এই এজাহাৰ খন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।