08/17/2019 - 15:52
in
তিনিচুকীয়াঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়াতো উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হিন্দু জাগৰণ মঞ্চই প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। শুদ্ধ নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ দাবীৰ লগতে ১০০ শতাংশ থলোৱাৰ অন্তৰ্ভুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে| প্ৰতিবাদৰ জৰিয়তে শুনানিৰ নামত থলোৱা লোকক কৰা হাৰা শাস্তি বন্ধ কৰাৰো দাবী সংগঠনটোৰ।