বিশুদ্ধ খোৱা পানীৰ নামত গ্ৰাহকক ৰামঠগন বিছলেৰীৰ

 08/17/2019 - 17:20

ঢকুৱাখনাঃ বৰপেটাত পেকেজিং হোৱা পানীৰ বটলত উদ্ধাৰ ধুলিৰ কনিকা। বিছলেৰীৰ পানীৰ বটলত ধুলি-বালিৰ কণিকা পাইছে এজন গ্ৰাহকে।বিশুদ্ধ খোৱা পানীৰ নামত গ্ৰাহকক ৰামঠগন বিছলেৰীৰ।

টাটু বৰা নামৰ এজন লোকে প্ৰহ্লাদ ব্ৰেড এণ্ড বিস্কুট নামৰ ঢকুৱাখনাৰ লখিমপুৰ ৰোডৰ কাষত থকা দোকানখনৰ পৰা কিনিছিল। পানীৰ বটলবোৰ ইতিমধ্যে পৰীক্ষাৰ বাবে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াই জব্দ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।