মৰিয়নীত মৃতদেহ উদ্ধাৰ

 08/18/2019 - 15:18

মৰিয়নীঃ মৰিয়নীৰ নাগাজাংকাত মৃতদেহ উদ্ধাৰ। মৃত লোকজন মৰিয়নীৰ নাগাজাংকা নগাঁৱৰ বিৰেন দুৱৰা বুলি চিনাক্ত হয়। এডৰা হাবিৰ মাজত উদ্ধাৰ মৃতদেহটো। ঘটনাস্থলিত উপস্থিত আৰক্ষী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।