তিনিচুকীয়াত বিশ্ব ফটোগ্ৰাফী দিৱস পালন

 08/18/2019 - 16:14

তিনিচুকীয়াঃ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত আজি তিনিচুকীয়া সাংবাদিক চ'ৰাৰ হুজনীয়াত বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰিছে৷ তিনিচুকীয়া সাংবাদিক চ'ৰা, চাউলধোৱা পুখুৰী পথত তিনিচুকীয়া সাংবাদিক চ'ৰাৰ সৌজ্যনত ২দিনীয়া কাৰ্যসুচীৰে আয়োজন কৰা হৈছে বিশ্ব ফটোগ্ৰাফী দিৱস৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।