আমগুৰিত আন্তৰাষ্ট্ৰীয় হিন্দু সেনা আৰু ৰাম সেনাৰ মহা বাইক-ৰেলী

 08/18/2019 - 16:54

আমগুৰিঃ আমগুৰিত আন্তৰাষ্ট্ৰীয় হিন্দু সেনা আৰু ৰাম সেনাৰ মহা বাইক-ৰেলী৷ জম্বু-কাশ্মীৰ ৰ পৰা ভাৰত চৰকাৰে 370 অনুচ্ছেদ 35(এ) এক্ট খন বাতিল কৰি জম্বু-কাশ্মীৰ ক পূৰ্ণাংগ স্বাধীনতা প্ৰদান কৰাৰ বাবে মহা বাইক-ৰেলী উলিয়াই৷ আমগুৰি নগৰৰ মাজমজিয়াৰ পৰা আৰম্ভ হোৱা মটৰচাইকেলৰ মহা বিজয় ৰেলী নগৰৰ মাজমজিয়াইদি নামতি চাৰিআলি বৰছিলা হৈ হালোৱাটিঙ পৰ্যন্ত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।