বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইদৰ মৃত্যুত শোকস্তব্দ গোগামুখ

 08/18/2019 - 18:00

গোগামুখঃ বিশিষ্ট শিক্ষাবিদ সাহিত্যিক মিচিং সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি টাবুৰাম টাইদৰ মৃত্যুত শোকস্তব্দ গোগামুখ তথা মিচিং সমাজ যোৱা ১৭ আগষ্টত মৃত্যু হয় এই বৰেণ্য ব্যক্তি গৰাকীক

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।