নলবাৰীত উদ্ধাৰ অজগৰ

 08/19/2019 - 13:33

নলবাৰীঃ নলবাৰীৰ বৰভাগত আজি পুৱাই উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ ।সোণকানিৰ বাণেশ্বৰ কলিতাৰ বাৰীত থকা শৌচাগাৰত উদ্ধাৰ হয় অজগৰটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।