জুৰীয়াত বনৰীয়া হাতীৰ সন্ত্ৰাস

 08/19/2019 - 16:20

জুৰীয়াঃ জুৰীয়াত বনৰীয়া হাতীৰ সন্ত্ৰাস৷ আতংকিত গঞালোক। লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত বঞ্চাচলৰ ওলাই জনাঞ্চলত প্ৰৱেশ কৰিছে দুটা বনৰীয়া হাতীয়ে৷

জুৰীয়াৰ দগাওঁ আলিটাঙনী বিলত অৱস্থান গ্ৰহন কৰাত ৰাইজ আতংকিত হৈ পৰিছে। ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হৈছে যদিও দ পিতনিৰ মাজত দুয়োটা হাতীয়ে অৱস্থান গ্ৰহন কৰাত হাতী খেদাত বিফল হৈছে বিভাগটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।