অভয়াপুৰীৰ ছোট বৰজানাত নৃশংস হত্যাকাণ্ড

 08/19/2019 - 17:49

অভয়াপুৰীঃ অভয়াপুৰীৰ ছোট বৰজানাত নৃশংস হত্যাকাণ্ড৷ শহুৰৰ পৰিয়ালে হত্যা কৰিলে জোঁৱায়েকক৷ লোৰ ৰডেৰে মূৰত মাৰি হত্যা কৰিলে জোৱায়েক মোস্তাফা আলীক(৩২)৷ হত্যাকাৰী ফকৰউদ্দিন ওৰফে মহিবুল আৰু বক্কৰ আলী৷ হত্যাকাৰী ফকৰউদ্দিন অষ্টম অসম আৰক্ষী বাহিনীৰ কৰ্মৰত জোৱান৷

উত্তেজিত লোকে ভাঙিলে ফকৰুদ্দিনৰ বাসগৃহ। ঘটনা সন্দৰ্ভত বক্কৰ আলীসহ চাৰিজনক আটক। আৰক্ষী জোৱান ফকৰুদ্দিন পলাতক। (প্ৰাণজিৎ চৌহান অভয়াপুৰী)

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।