ফ্ৰেচ মোছাহাৰীক এন ডি এফ বিৰ পৰা বহিস্কাৰ

 08/21/2019 - 17:50

ডিজিটেল ডেস্কঃ বুধবাৰে বাক্সাৰ বৰমাত এন ডি এফ বিৰ (পি)ৰ সংবাদ মেল  অনুষ্ঠিত হয়। আৰু এই সংবাদ মেলত উপস্থিত থাকে এন ডি এফ পিৰ বিষয় ববীয়া লগতে সংগঠন খনটোৰ এন ডি এফ বি প্ৰগতিশীলৰ প্ৰাক্তন সভাপতি ধীৰেন বসুমতাৰী লগতে ইষ্টাৰ্ণ জোনৰ কমাণ্ডেণ্ট ফ্ৰেচ মোছাহাৰী।বুধবাৰে সংবাদ মেল পাতি জনাই যে ফ্ৰেচ মোছাহাৰী ওৰফে এম ফৈলাওক সংগঠনটোৰ পৰা বহিস্কাৰ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।