বেংক কৌপাটীৰ শাখাৰ উদ্যোগত ঋন পৰিশোধ সম্পৰ্কে কৃষক মেলা অনুষ্ঠিত কৰে

 08/21/2019 - 19:21

দলগাঁওঃ দৰঙৰ কৌপাটীত ভাৰতীয় ষ্টেট বেংক শাখাৰ উদ্যোগত প্ৰায় শতাধিক কৃষকৰ উপস্থিতিত খজুৱাবিল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় কিষান মেলা। উক্ত কিষান মেলাত তেজপুৰ আঞ্চলিকৰ ভাৰতীয় ষ্টেট বেংকৰ বিষয়া (Regional Manager) অজন্তা হজৰিকা, শাখা প্ৰৱন্ধক, ক্ষেত্ৰ বিষয়া কৰ্মচাৰী গণ্য মান্য ব্যক্তি আৰু শতাধিক কৃষক, মহিলা উপস্থিত থাকে।

ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে কি কি সুবিধা দিয়া হৈছে, ঋণ কি ভাবে পৰিশোধ কৰিব লাগে এই কথা বোৰ বিস্তাৰিত ভাবে আলোচন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।