গোলাঘাটত ৩৯ ৰাষ্ট্ৰীয় ঘাই পথত নিশা ডকাইতি

 08/21/2019 - 20:06

গোলাঘাটঃ গোলাঘাটত ৩৯ ৰাষ্ট্ৰীয় ঘাই পথত নিশা ডকাইতি সংঘটিত হয়৷ ডিমাপুৰৰ পৰা নাগালেণ্ডৰ অভিমুখে গৈ থকা এফ চি আই ৰ চাউল লৈ যোৱা এখন ট্ৰাকৰ চালকক আক্ৰমণ কৰি চালকজনৰ পৰা লৈ যায় নগদ ধনসহ মোবাইল ফোন৷ ডকাইতৰ আক্ৰমণত ভৰি ভাঙি যাই চালক প্ৰদীপ সিংহৰ, বৰ্তমান গুৰুতৰ ভাবে আহত চালক জন জি এম চি এইচ ত চিকিৎসাধীন৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।