মহানগৰীৰ হাস্পাতালত বাইক চুৰি

 08/22/2019 - 16:08

ডিজিটেল ডেস্কঃ বুধবাৰে মালিগাঁওৰ স্বাগতা হাস্পাতালৰ পৰা AS14  J 7746 নম্বৰৰ দুচকীয়া বাহন খন চোৰ হয়। ৪:১৫ বজাত বৰমাৰ ওচৰৰ দহকাউনিয়া গাঁওৰ কৌশিক হালৈ নামৰ যুৱক জনৰ চুৰি হয় পালছাৰ বাইকখন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।