তিনিচুকীয়াত শিলাদিত্যৰ প্ৰতিমূৰ্তি দাহ

 08/22/2019 - 16:14

তিনিচুকীয়াঃ আজি তিনিচুকীয়া থানা চাৰি আলিত মুছলমান লোকৰ ওপৰত কৰা বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদত সদৌ অসম মুছলিম যুৱ ছাত্ৰ পৰিষদ শুকানপুখুৰী শাখা সমিতিয়ে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্যৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।