নগাঁৱৰ পুৰণিগুদামৰ ৰাজপথত শিলাদিত্যৰ প্ৰতিকৃতি দাহ

 08/22/2019 - 17:12

 ছামগুৰিঃ নগাঁৱৰ পুৰণিগুদামৰ ৰাজপথত শিলাদিত্য দেৱৰ প্ৰতিকৃতি দাহেৰে তীব্ৰ প্ৰতিবাদ। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ অৰ্ধশতাধিক সদস্যই সাব্যস্ত কৰিলে প্ৰতিবাদ শিলাদিত্যই আজান পীৰৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ গুৰুতৰ অভিযোগ তুলে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে। অসমৰ ইতিহাস অধ্যয়ন কৰিবলৈ শিলাদিত্যক আহ্বান প্ৰতিবাদী ৰাইজৰ, অন্যথা পুনৰ কটু মন্তব্য কৰিলে শিলাদিত্যৰ বিৰুদ্ধে সংগঠনটোৰ জংগী আন্দোলনৰ হুংকাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।