নক্ষত্ৰ গোষ্ঠী প্ৰডাকচনৰ জিলা পুথিভঁৰালত নাট সম্পন্ন

 08/22/2019 - 17:31

ডিজিটেল ডেস্কঃ ষষ্ঠ বাৰ্ষিকী নক্ষত্ৰ গোষ্ঠী প্ৰডাকচনৰ নিবেদনত অনুষ্ঠিত হৈ যায় দুখনি নাটক। এই নাটক দুখনি হৈছে ক্ৰমে কাল্পনিক নাট তথাস্তু লগতে এখনি শিশু সুলভ নাট নেষ্ট। এই নাটক দুখনি ৰমেশ দাসৰ ৰচনা আৰু হেৰাম্ব শৰ্মাৰ পৰিচালনাৰে অনুষ্ঠিত হয় গুৱাহাটীৰ জিলা পুথিভঁৰালত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।