অনুসুচীত জাতি যুব ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

 08/23/2019 - 12:05

গোলাঘাটঃ বৃহস্পতিবাৰে অনুসুচীত জাতিক স্বায়ত্ত্ব শাসন প্ৰদানৰ দাবীত অনুসুচীত জাতি যুব ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।