মনোনয়ন পত্র দাখিল প্ৰমীলাৰাণীৰ

 04/02/2019 - 17:50

ডিজিটেল ডেস্ক: মঙলবাৰে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফ দলৰ মনোনীত প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মই মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰমীলাৰাণীক সংগ দিয়ে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰত বিশাল সমদলেৰে মনোনয়ন পত্র দাখিল ব্ৰহ্মৰ।

লগতে উপস্থিত আছিল বিশ্বজিৎ দৈমাৰীও।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।