দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসান

 08/24/2019 - 14:22

ডিজিটেল ডেস্কঃ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালৰ বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসান। দীৰ্ঘদিন ধৰি বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভূগি থকা অৰুণ জেটলীক কেইদিনমান পূৰ্বে সংকটজনক অৱস্থাত এইমছত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত শনিবাৰে মৃত্যুক আঁকোৱালি লয় বিজেপিৰ নেতাগৰাকীয়ে। মৃত‍্যু সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।