মুকালমুৱাত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

 08/25/2019 - 19:39

নলবাৰীঃ নলবাৰীৰ মুকালমুৱাত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। আনোৱাৰ হুছেইন আৰু জিতু আলীক আটক কৰাৰ জব্দ কৰে নিচাযুক্ত দ্ৰৱ্য লগতে টেবলেট। মুকালমুৱা আৰক্ষীয়ে জেৰা অব্যাহত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।