ৰাজ্যৰ ২১ গৰাকীলৈ ২০১৯ বৰ্ষৰ গীতাঞ্জলি বঁটা প্ৰদানঃ সমাজ হিতৈষী বঁটা কিশোৰ হাজৰিকালৈ

 08/25/2019 - 20:03

ডিজিটেল ডেস্কঃ সাধনা সাহিত্য সমাজ তথা সামাজিক সাংস্কৃতিক সংস্থা এচেৰেঙা ৰ’দালিৰ সহযোগত ২০১৯ বৰ্ষৰ গীতাঞ্জলি বঁটা প্ৰদান কৰা হয়৷ ৰাজ্যৰ ২১ গৰাকী বিশেষ ব্যক্তিলৈ আগবঢ়োৱা হয় এই সন্মান৷ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত এক বিশেষ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা৷ উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক কনকসেন ডেকাক অনুষ্ঠানটোৱে আগবঢ়াই জীৱনজোৰা সাধনা বঁটা৷ সমাজ হিতৈষী বঁটা লাভ কৰে বিশ্বনাথৰ বিশিষ্ট সমাজ কৰ্মী কিশোৰ হাজৰিকাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।