নগাঁৱত গুৰু নানকৰ জন্ম জয়ন্তী পালন

 08/26/2019 - 14:06

লংকাঃ শিখ ধৰ্মসকলৰ প্ৰথম গুৰু শ্ৰী শ্ৰী গুৰু নানকৰ ৫৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে অসমৰ সকলো জিলাৰ শিখ সমাজে ১৭ আগষ্টৰ পৰা উলিওৱা ধৰ্মীয় অনুষ্ঠানৰ শোভাযাত্ৰা (নাগৰ কীৰ্তন) ২৩ আগষ্টত নগাঁও গুৰুদুৱাৰত উপস্থিত হয়হি। অল আছাম শিখ য়ুথ এছ’চিয়েচনৰ সহযোগত অতি উলহ মালহেৰে শ্ৰী শ্ৰী গুৰু নানকৰ জন্ম জয়ন্তীৰ অন্তিম (আৰ্দাছ)প্ৰাৰ্থনা দেওবাৰে নগাঁও গুৰুদুৱাৰত অনুষ্ঠিত হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।