মুজিবুৰ ৰহমানৰ গৃহত আমছুৰ প্ৰতিনিধি দল

 08/26/2019 - 15:12

গোলাঘাটঃ আজি গোলাঘাট জিলাৰ মুজিবুৰ ৰহমানৰ ঘৰত আমছুৰ এটি সজাতিৰ দল উপস্থিত হয়। দলপতি হিছাপে কেন্দ্ৰীয় কায্যকাৰি সভাপতি আইনুল হক, জিলা প্ৰতিনিধি ইছাদ হুছেইন, বাবুল আলি হাজৰিকাকে ধৰি ভালে সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

আইনুল হকে সংবাদ মাধ্যমক জানিব দিয়ে যে পুলিচ প্ৰশাসনৰ অকমান‍্যতাৰ বাবে প্ৰকৃত ভাৰতীয়ৰ এনে অৱস্থাৰ মুখা মুখী হ’ব লগা হৈছে লগতে তেওঁ জনাই যে আইনী প্ৰক্ৰিয়াৰে হলেও তেওঁলোকে প্ৰকৃত ভাৰতীয়ক সহায় কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।