বঙাইগাঁৱৰ আই নৈত নিখোঁজ মাছমৰীয়া

 08/26/2019 - 15:58

বিজনীঃ বঙাইগাঁৱৰ ২ নং গাৰুগাঁৱত অঘটন। আই নৈত নিখোঁজ মাছমৰীয়া চৰহাব আলী (৫৫)। আহত ফজল হক(৩৫)।

দুই মাছমৰীয়াই নৈখনত মাছ মাৰি থাকোতে এই অঘটন ঘটে। SDRF ৰ উদ্ধাৰ অভিযান অব্যাহত। আহত ফজলক বঙাইগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।